Pawe Pori Hori Lyrics – পাৱে পৰি হৰি বৰগীত (মাধৱদেৱ)

Name of BorgeetPawe Pori hori
Written ByMahapurush Madhavdev

Pawe Pori hori lyrics

ৰাগ – কেদাৰ
ধ্ৰুং ।। পাৱে পৰি হৰি কৰোহোঁ কাতৰি
প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ, বিষে জৰ জৰ,
জীৱন নাৰহে থোৰ।।

পদ ।। অথিৰ ধন জন      জীৱন যৌৱন
অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ                       সবহি অসাৰ
কৰবো কাহেৰি সাৰ।।

  কমল দল জল          চিত্ত চঞ্চল
থিৰ নোহে তিল এক।
নাহি ভয়ো ভৱ        ভোগে হৰি হৰি 
পৰম্পদ পৰতেক।।

     কহতু শঙ্কৰ      এদুঃখ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহু গতি মতি   দেহু শ্ৰীপতি
তত্ত্ব পন্থ উপদেশ।।

Related Post: Tumi Chitta Biti Muro

পাৱে পৰি হৰি – Video

More About pawe pori hori lyrics

Here we update borgeet pawe pori hori lyrics (পাৱে পৰি হৰি কৰোহোঁ কাতৰি বৰগীত) in Assamese and English language. Borgeet are lyrical songs that are set to specific ragas. Borgeet lyrics Composed by Mahapurush Madhavdeva and srimanta sankardeva in the end of 15th centuries. You can also download here pawe Pori hori Zubeen garg MP3 song

Related Post:  Tejore Kamalapati Borgeet Lyrics - (বৰগীত) Assamese & English

Leave a Comment