Assamese prathona is a culture of the Assamese nation. The prayer has been collected from the Namghosha composed by the great man Madhavdeva. here you can read the moi durasaro ke bole tumaro lyrics in Assamese language.
Written By | Madhavdeva |
Collected | Namghosha |
Moi Durasaro Lyrics
||শৰণ ||
মই দুৰাচাৰ কেৱল তোমাৰ
অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাওঁ |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাওঁ ||
হে যদুপতি মইু মূঢ়মতি
নাজানো সেৱা তোমাৰ |
কেৱল তোমাৰ চৰণ পংকজে
শৰণ কৰিলো সাৰ ||
পুৰুষ উত্তম পৰম পুৰুষ
পৰম আনন্দ স্বামী |
তযু পাদ–পদ্ম মকৰন্দ আশে
শৰণ পশিলো আমি ||
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন – জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||
Moi Durasaro Ke Bole Tumaro
moi durasar kewal tomar
aparadhi narayan |
kshamiyok hari laiyo das kari
poshilo hera sharan ||
hay krishna swami tayu pawe ami
kewal sharan chaon |
kara anugrah mayar nigrah
tewes prabhu araon ||
hay yadupathi moi mudhamati
nazano sewa tomar |
kewal tomar charan pankaj
sharan corrillo sar ||
purush uttam param purush
param ananda swami |
tayu pad–padma makrand ashe
sharan poshilo ami ||
prabhu bhagawant anant ishwar
prapanna – john taran |
tumi priyatam param dewata
jania lailo sharan ||
Read More Assamese Prayer: