Direct Recruitment Answer Key & Question Papers – Grade III & IV Post

The State Level Recruitment Commission of Assam successfully conducted the written examination for the posts of Class III and Class IV for Assam Direct Recruitment on August 28th, 2022 and August 21st, 2022, respectively. This examination was conducted at various designated examination centres in the state.

We have collected the answers to the questions from various candidates and have mentioned them here. If you would like to share some of the questions and answers from this exam, please mention them here. Candidates will find a direct link to download Assam Direct Recruitment Answer Key 2022 from this article, which is prepared by the candidates.

Direct Recruitment Answer Key 2022-Overview

RecruiterState Level Recruitment Commission Assam
Exam ControllerSEBA
Name of PostGrade 3 and Grade 4
Number of Vacancies12600 Posts
CategoryAnswer Key
Year2022
Exam Date21st and 28th August 2022
Answer Key Statusto be released
Websitewww.sebaonline.org

Direct Recruitment Grade 3 Answer Key

This will be available within one or two days of exam completion.

প্ৰশ্নঃ 2022 চনৰ 1 জানুৱাৰীত অসমৰ বৃত্ত মন্ত্ৰী কোন আছিল?
উঃ হিমন্ত বিশ্ব শৰ্মা।

প্ৰশ্নঃ অসমৰ লগত কিমানখন ৰাজ্যই সীমা ভাগ বতৰা কৰে?
উঃ ৭ খন

প্ৰশ্নঃ পেৰু ৰাজধানী কি?
উঃ লিমা

প্ৰশ্নঃ অসমৰ লগত কোনখন ৰাষ্ট্ৰই সীমা ভাগ বতৰা কৰে?
উঃ ভূটান

প্ৰশ্নঃ ভলী বলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?
উঃ 6 জন

প্ৰশ্নঃ অলিম্পিকৰ পতাকা খনত কোনটো ৰং ব্যৱহাৰ নহয়?
উঃ কমলা

প্ৰশ্নঃ অসমৰ মুঠ জিলা কিমানখন?
উঃ 35 খন

প্ৰশ্নঃ পানীৰ আয়তন কিমান ডিগ্ৰীত বৃদ্ধি হয়।
উঃ 4৹C

প্ৰশ্নঃ ব্ৰহ্মপুত্ৰ নদী ওপৰত পূব দিশত থকা দলং খনৰ নাম
উঃ ভূপেন হাজৰিকাৰ সেতু।

প্ৰশ্নঃ বৰাকৰ এখন উপনৈ নাম
উঃ কাটাখাল

Direct Recruitment Grade 4 Question And Answer

প্ৰশ্নঃ MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?
উঃ Members of Parliament Local Area Development Scheme ( সংসদৰ সদস্যসকল স্থানীয় এলেকা উন্নয়ন আঁচনি)

প্ৰশ্নঃ ভাৰতৰ প্ৰথম কৃটিম উপগ্ৰহটোৰ নাম কি?
উঃ আৰ্যভট্ট (Aryabhatta)

প্ৰশ্নঃ 4 মে’ত কি দিৱস পালন কৰা হয়?
উঃ International Firefighter’s Day (আন্তৰ্জাতিক অগ্নিনিৰ্বাপক দিৱস)

প্ৰশ্নঃ ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছন প্ৰচলিত হয়?
উঃ ১৯৮২

প্ৰশ্নঃ নীতি আয়োগৰ সভাপতি জনৰ নাম?
উঃ শ্ৰী সুমন বেৰী ( shri Suman Bery)

প্ৰশ্নঃ 2022 চনৰ 1 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?
উঃ Joe Biden

প্ৰশ্নঃ নেমু আৰু আমলখিত ভিটামিন কি থাকে?
উঃ ভিটামিন ‘চি’

প্ৰশ্নঃ অ মোৰ আপোনাৰ দেশ টোত কোনে সুৰ দিছিল?
উঃ কমলা প্রসাদ আগৰৱালা।

প্ৰশ্নঃ লতা মঙ্গেশকাৰ ৰ পিতৃৰ নাম কি?
উঃ দীননাথ মংগেশকাৰ (Deenanath Mangeshkar)।

প্ৰশ্নঃ অসম বৈভৱ বঁটা কোনে পাইছে?
উঃ উদ্যোগপতি ৰতন টাটা।

প্ৰশ্নঃ ব্ৰহ্মপুত্ৰ আৰু গঙ্গা বাংলাদেশত এক লগ হোৱাৰ পিছত তাক কি বুলি কই?
উঃ যমুনা।

প্ৰশ্নঃ মোডী ষ্টেডিয়াম কত আছে?
উঃ গুজৰাট

প্ৰশ্নঃ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল?
উঃ বিষ্ণুৰাম মেধি

প্ৰশ্নঃ ভাৰতৰ প্ৰথম মহাকাশচাৰি নাম?
উঃ ৰাকেশ শৰ্মা

প্ৰশ্নঃ UAEৰ মুদ্ৰা নাম কি?
উঃ ডিৰাম (Diraham)

প্ৰশ্নঃ Zimbabwe ৰাজধানী নাম কি?
উঃ Harare (Harare)

প্ৰশ্নঃ বল নথকা খেল-
উঃ বেডমিণ্টন

প্ৰশ্নঃ দুৰাণ্ড লাইন-
উঃ: পাকিস্তান আৰু আফগানিস্তানৰ মাজত।

প্ৰশ্নঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা “অ মোৰ আপোনাৰ দেশ” কোন খন আলোচনীত প্ৰকাশ পাইছিল?
উঃ বাঁহী

প্ৰশ্নঃ অসমৰ প্ৰথম ICS বিষয়া কোন
উঃ আনন্দৰাম বৰুৱা

প্ৰশ্নঃ কনকলতা বৰুৱা কোন আন্দোলনত শ্বহীদ হৈছিল?
উঃ ভাৰত ত্যাগ আন্দোলনত

প্ৰশ্নঃ চাণক্য কোন ৰজাৰ ৰাজসভাৰ মন্ত্ৰী আছিল?
উঃ চন্দ্ৰগুপ্ত মৌৰ্য

প্ৰশ্নঃ আহোমৰ শেষ ৰজা জন কোন আছিল?
উঃ পুৰন্দৰ সিংহ

প্ৰশ্নঃ বেংকক কোন দেশৰ ৰাজধানী?
উঃ থাইলেণ্ড

প্ৰশ্নঃ সীমা দাস কোন খেলৰ সৈতে জড়িত?
উঃ দৌৰ

প্ৰশ্নঃ বাংলা দেশৰ মুদ্ৰা নাম কি?
উঃ টাকা (Taka)

উত্তৰ সমুহ কোমেন্ট কৰক। তলত কোমেণ্ট বাকচ খোলা আছে।
প্ৰশ্নঃ “অজগৰ বুৰঞ্জী” কোনে লিখিছিল?
উঃ নগেন হাজৰিকা

প্ৰশ্নঃ 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী স্বহীদ কোন??
উঃ কনকলতা বৰুৱা

প্ৰশ্নঃ তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
উঃ Herbivora

প্ৰশ্নঃ Group of tiger is called?
উঃ Streak of Tiger

প্ৰশ্নঃ ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
উঃ মহম্মদ বিন টোগলক ৷

প্ৰশ্নঃ বান থিয়েটাৰ ক’ত অৱস্থিত?
উঃ তেজপুৰ

প্ৰশ্নঃ Oldest medical college of Assam?
উঃ Assam Medical College Dibrugarh (অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়)

প্ৰশ্নঃ অসমৰ প্ৰথম বেংকটো নাম?
উঃ Gauhati Bank ltd

প্ৰশ্নঃ অসমত কোন গৰাকী খেলুৱৈ কাৰণে ক্ৰিয়া দিৱস হিচাপে পালন কৰা হয়?
উঃ ভোগেশ্বৰী বৰুৱা

প্ৰশ্নঃ অসম ৰাজ্যিক সংগ্ৰাহালয় ক’ত অৱস্থিত?
উঃ গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত

প্ৰশ্নঃ “হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
উঃ পূৰ্ণিমা দেৱী বৰ্মন

প্ৰশ্নঃ ভিক্টোৰিয়া মেমোৰিয়েল ক’ত অৱস্থিত?
উঃ পশ্চিম বংগৰ কলকাতাত অৱস্থিত

প্ৰশ্নঃ Pressure Rule কোনে আৱিষ্কাৰ কৰিছিল?
উঃ ১৮০৮ চনত যোচেফ লুই গে-লুচাক

প্ৰশ্নঃ হিং ক’ৰ পৰা বেছিকৈ অনা হয়?
উঃ ইৰাণ আৰু আফগানিস্তান

প্ৰশ্নঃ চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
উঃ

প্ৰশ্নঃ Iron Man of Assam?
উঃ বিষ্ণুৰাম মেধি

প্ৰশ্নঃ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল?
উঃ বিষ্ণুৰাম মেধি

প্ৰশ্নঃ কোনখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা কৰে?
উঃ

প্ৰশ্নঃ কোনখন আলোচনীত প্ৰথম অসমীয়া চনেট প্ৰকাশিত?
উঃ জোনাকী আলোচনী

প্ৰশ্নঃ FIFA কি?
উঃ World Cup

Note: আৰু অধিক প্ৰশ্ন উত্তৰ বাবে অপেক্ষা কৰক। প্রশ্ন উত্তৰ সমূহ যুগুত কৰি থকা হৈছে। আপোনাৰ মনত থকা প্ৰশ্ন সমূহ তলৰ কমেণ্ট বাকচত লিখক? যাতে সকলোৰ বাবে সহায় হয়।

A huge number of candidates appeared in the written examination for the Direct Recruitment Grade 3 and grade 4 Posts. These candidates are now looking for a solution and answer keys of the paper. This answer key will be released soon officially.

Related Post: Direct Recruitment Question Answer PDF

How to Download Assam Direct Recruitment Official Answer key

  • scroll Down and Check important link section.
  • Thereafter, click on Assam Direct Recruitment Answer Key 2022.
  • Download the answer key available in PDF format.
  • Extract the file to get answers for your respective paper sets.
  • Finally, check your answer key properly.

Important Link of Direct Recruitment Answer key

This will be available within one or two days of the completion of the exam.

Mock Test (Grade III)Click Here
Download Admit CardClick Here
Download Question PaperClick Here
Download Grade III Answer KeyAvailable Soon
Official WebsiteClick Here

Leave a Comment